WordPress.org

বিষয়

প্ৰয়োজনীয়তাবোৰ

প্ৰয়োজনীয়তাবোৰ

WordPress চলাবলৈ আমি আপোনাৰ হ’ষ্টে তলত দিয়াখিনি সমৰ্থন কৰাৰ পৰামৰ্শ দিওঁ — কাৰ্যক্ষমতা আৰু সুৰক্ষাৰ বাবে এক নিৰাপদ, আধুনিক ভিত্তিৰেখা।

PHP

সংস্কৰণ 8.3 বা তাতকৈ ওপৰৰ

আপোনাৰ ছাৰ্ভাৰত WordPress চলায়। অধিক জানক

ডেটাবে’ছ

MariaDB 10.6+ or MySQL 8.0+.

আপোনাৰ বিষয়বস্তু আৰু ছেটিংছ সংৰক্ষণ কৰে। MariaDB · MySQL

HTTPS

প্ৰতিটো ইনষ্টলৰ বাবে প্ৰয়োজনীয়।

আপোনাৰ ছাইটৰ সংযোগ এনক্ৰিপ্ট কৰে। HTTPS এইকাৰণে গুৰুত্বপূৰ্ণ

That’s really it. Apache or Nginx is recommended as the most robust and featureful server for running WordPress, but any server that supports PHP and MySQL will do. For the smoothest experience setting up — and running — your site, each host on the hosting page supports the above and more with no problems.

For detailed PHP extension recommendations, see the Hosting Handbook.

লিগেচী সংস্কৰণবোৰত চলি আছেনে?

WordPress তথাপিও PHP 7.4+ আৰু MySQL 5.5.5+ত চলিব, কিন্তু সেই সংস্কৰণবোৰৰ জীৱনচক্ৰ আধিকাৰিকভাৱে সমাপ্ত হৈছে আৰু সেইবোৰে আপোনাৰ ছাইটলৈ সুৰক্ষা-সম্বন্ধীয় দুৰ্বলতা কঢ়িয়াই আনিব পাৰে। আপগ্ৰে’ড কৰাটো দৃঢ়ভাৱে পৰামৰ্শমূলক।

আপোনাৰ হ’ষ্টক WordPress চলাবলৈ কওক

যদি আপুনি নিশ্চিত নহয় যে আপোনাৰ হ’ষ্টে ইতিমধ্যে WordPress চলাব পাৰে নে নাই, তেন্তে ইয়াত এটা অনুৰোধ দিয়া হৈছে যিটো আপুনি কপি কৰি পঠিয়াব পাৰে:

মই মুক্ত উৎসৰ WordPress <https://wordpress.org/> ৱেব ছফ্টৱেৰ চলাবলৈ আগ্ৰহী আৰু মই ভাবি আছিলোঁ যে মোৰ একাউণ্টত তলত দিয়াখিনি সমৰ্থিত হয় নে নহয়:

  • PHP 8.3 বা তাতকৈ ওপৰৰ
  • MariaDB version 10.6 or greater OR MySQL version 8.0 or greater
  • mod_rewrite মডিউলৰ সৈতে Nginx বা Apache
  • HTTPS সমৰ্থন

ধন্যবাদ!

প্ৰয়োজনীয় নহয় যদিও উন্নত সুৰক্ষাৰ বাবে পৰামৰ্শমূলক

হ’ষ্টিং অধিক নিৰাপদ হয় যেতিয়া PHP এপ্লিকেশ্যন, যেনে WordPress, ছাৰ্ভাৰৰ ডিফ’ল্ট ভগাই লোৱা ব্যৱহাৰকাৰী-নামৰ সলনি আপোনাৰ একাউণ্টৰ ব্যৱহাৰকাৰী-নাম ব্যৱহাৰ কৰি চলোৱা হয়। আপোনাৰ সম্ভাব্য হ’ষ্টক সুধিব যে তেওঁলোকে আপোনাৰ একাউণ্টৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কি পদক্ষেপ লয়।